Hello Bhaskar Jyoti Borah (not Bhaskar Jyoti Borah?
Sign out).
ভাস্কৰ জ্যোতি বৰা বৰ্তমান অৰ্থনীতি বিভাগৰ স্নাতকোত্তৰৰ ছাত্ৰ ৷ ১৯৯৯ চনৰ ১০ ডিচেম্বৰত জন্মলাভ কৰা ভাস্কৰ মাজুলী পোলোঙানী গাঁৱৰ নিবাসী ৷ পূব মাজুলী কলেজৰ পৰা অৰ্থনীতি বিভাগত স্নাতক ডিগ্ৰী লাভ কৰা ভাস্কৰে ৰাৱণাপাৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা প্ৰাথমিক শিক্ষাৰ ডিপ্লমা পাঠ্যক্ৰম সম্পূৰ্ণ কৰে৷ ভাস্কৰ চিত্ৰকলা আৰু ফটোগ্ৰাফীৰ লগতো ওতপ্ৰোতভাৱে জড়িত৷ তদুপৰি ভাস্কৰে মাজুলীৰ বিভিন্ন সামাজিক-সাংস্কৃতিক কামৰ সৈতে বহু বছৰৰ পৰা জড়িত হৈ সেৱা আগবঢ়ায় আহিছে৷