My Dashboard

Hello Ashim Das (not Ashim Das? Sign out).

Ashim Das

অসীম দাসঃ মাজুলী জিলাৰ চিলাকলা পঞ্চায়তৰ অন্তৰ্গত কাকৰিকটা গাঁৱৰ নিবাসী অসীম দাসৰ জন্ম হৈছিল ১৯৯৯ চনৰ ২৪ জুলাইত৷ ২০২০ বৰ্ষত মাজুলী মহাবিদ্যালয়ৰ পৰা ভূগোল বিষয়ত স্নাতক ডিগ্ৰী সমাপ্ত কৰিশেহতীয়াকৈ  মাজুলী বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা শিক্ষক প্ৰশিক্ষণ পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণ কৰিছে৷ অসীম দাস এগৰাকী ভাল বাঁহীবাদক৷ নিজ অঞ্চলৰ উন্নয়নৰ বাবে অসীমে বহু বছৰৰ পৰা বিভিন্ন ধৰণৰ কাম-কাজ চলাই অহা পৰিলক্ষিত হৈছে৷ সাংস্কৃতিক মনৰ অধিকাৰী অসীম এজন সু-সংগঠকো৷