My Dashboard

Hello Mintu Saikia (not Mintu Saikia? Sign out).

Mintu Saikia

মিন্তুু শইকীয়া মাজুলী জিলাৰ মুদৈগাঁৱত ১৯৯৬ চনৰ ২৯ অক্টোবৰত জন্ম গ্ৰহণ কৰা মিKI×ু শইকীয়া সৰুৰে পৰা অঞ্চলটোৰ লগতে বিভিন্ন সামাজিক দিশত জড়িত হৈ আছে৷ ৰাজহুৱা অনুষ্ঠানকে আদি কৰি বিভিন্ন সংগঠনৰ সৈতে জড়িত হৈ সেৱা আগবঢ়ায় আহিছে৷ তেওঁ ২০২২ চনত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ সম্পূৰ্ণ নিজস্বতাৰে স্বাৱলম্বী হ’ব খোজা মিKI×ু শইকীয়াই চাকৰিৰ কথা চিন্তা নকৰি বৰ্তমান কৃষি-কৰ্মৰ লগতেই একাগ্ৰতাৰে ব্যস্ত হৈ আছে৷ লেখা-মেলা কৰি ভালপোৱা শইকীয়াই ভৱিষ্যতেও কৃষি-কৰ্মৰ সৈতে জড়িত হৈ গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ সপক্ষে কাম কৰি যাবলৈ পৰিকল্পনা কৰিছে৷