লাইপুলীয়াৰ পাৰে পাৰে ময়ো টিকেন্দ্ৰৰ ওচৰলৈ আগবাঢ়িলোঁ৷ সি মোৰ বাবে বাট চাই সাজু হৈয়ে আছিল৷ পূৰ্বে খোৱাপানী, কাপোৰ ধোৱা আদি কাৰ্যৰ বাবে নদীখনৰ ওপৰত নিৰ্ভৰশীল গাঁওবাসীৰ প্ৰত্যেকৰে ঘৰতে বৰ্তমান দমকল আছে৷ কাপোৰ-কানি ধোৱাৰ বাবে নদীৰ পৰা আঁতৰি অহাটো অৱশ্যে নদীখনৰ বাবে আশীৰ্বাদ স্বৰূপ৷ নদীত প্ৰদূষণৰ পৰিমাণ...

read more
on 31 Jan 2024 1:23 PM