Altনমস্কাৰ, মই মৃগাংকীয়ে প্ৰেৰণ কৰা চিত্ৰখন অংকন কৰোঁতে মোৰ মনলৈ শিৱসাগৰৰ গৌৰীসাগৰ নিবাসী মোৰ বৰদেউতাৰ ঘৰলৈ বুলি ওলাওঁতে মা, দেউতা আৰু মই বাছত উছাৰ পিছত দিয়া কিনকিনিয়া বৰষুণজাক আৰু দেৰগাওঁ চাৰিআলিৰ সেই মনোৰম দৃশ্য তথা আকাশ চানি ধৰা এচপৰা কলা ডাৱৰে আজিও মাৰ দৃষ্টিপটত দোলা দি থাকে। সেউ মনোৰম স্মৃতিৰ টোপোলাটো সামৰি আনি এখন উকা কাগজত ছবি অকাঁ হল। AltAltAlt
AltAltAltAltAlt
AltAltAltAltAlt