• Alt

    মাজুলীৰ লুইত নদীৰ সাৰজান সুঁতি জন-জীৱনৰ অপৰিহাৰ্য অংশ। ব্ৰহ্মপুত্ৰৰ পাছত লুইতৰ পানীয়ে মাজুলীক আগুৰে। সাৰজান সুঁতিৰ পৰা গাঁও, সত্ৰ আৰু সংস্কৃতিৰ জন্ম হৈছে। ১৬৭১ত শ্ৰীশ্ৰী সাৰজান ন-সত্ৰ স্থাপন হৈ বৈষ্ণৱ ধৰ্ম প্ৰচাৰিত হয়। বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ ফলত অসমীয়া সংস্কৃতি সমৃদ্ধ হৈছে। কিন্তু নদীৰ প্ৰৱাহ হ্ৰাস আৰু পথ নিৰ্মাণৰ ফলত সাৰজান বিললৈ পৰিণত হৈছে। 

  • Alt

    শালমৰা, মাজুলীৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ এখন ঐতিহাসিক গাঁও, আহোম যুগৰ পৰা ‘কৰ্শালমৰা’ নামে পৰিচিত। কুমাৰ সম্প্ৰদায়ৰ বাসস্থান, এই গাঁওখন বানপানীৰ বাবে ‘চৰ’ হিচাপে গণ্য। মৃৎশিল্প আৰু নৌকা নিৰ্মাণ ইয়াৰ প্ৰধান শিল্প, যদিও চৰকাৰী নিষেধাজ্ঞাই শিল্পসমূহক প্ৰত্যাহ্বানৰ সন্মুখীন কৰিছে। ১৯৫০ৰ ভূমিকম্পৰ পিছত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই গাঁৱৰ স্থান সলনি কৰে। 

  • Alt

    লাইপুলীয়াৰ পাৰে পাৰে ময়ো টিকেন্দ্ৰৰ ওচৰলৈ আগবাঢ়িলোঁ৷ সি মোৰ বাবে বাট চাই সাজু হৈয়ে আছিল৷ পূৰ্বে খোৱাপানী, কাপোৰ ধোৱা আদি কাৰ্যৰ বাবে নদীখনৰ ওপৰত নিৰ্ভৰশীল গাঁওবাসীৰ প্ৰত্যেকৰে ঘৰতে বৰ্তমান দমকল আছে৷ কাপোৰ-কানি ধোৱাৰ বাবে নদীৰ পৰা আঁতৰি অহাটো অৱশ্যে নদীখনৰ বাবে আশীৰ্বাদ স্বৰূপ৷ নদীত প্ৰদূষণৰ পৰিমাণ...

  • Alt

    বেলিটো লহিয়াইছে। নদীৰ পানীত গাঢ় সোণালী আভা প্ৰতিবিম্বিত হৈছে। নদীৰ সিটোপাৰৰ পৰিবেশে আমাক আমন্ত্ৰণ জনাইছে। সিপাৰে ওখ ঘাঁহ, পশু-পক্ষী, জীৱ-জন্তুৱে এক সুন্দৰ পৰিবেশ ভাগ-বতৰা কৰিছে। কিন্তু ১০-২০ বছৰৰ পিছত এই স্থান মুদৈবিলৰ ভূমিহীন লোকে দখল কৰিব। মুদৈবিলৰ নতুন ঠিকনা তাতেই হ’ব। তেতিয়া আমাক মুদৈবিলৰ সন্ধানত নতুন পানীযাত্ৰা কৰিব লাগিব। 

  • Alt

    মাজুলীৰ বনগাঁও অঞ্চলৰ মুদৈ গাঁওখন বালিচাত নৈৰ সৈতে গভীৰভাৱে সম্পৃক্ত। এই নৈখনে গাঁওখনৰ কৃষি, মাছধৰা, আৰু পানীযোগানত মুখ্য ভূমিকা পালন কৰিছে। বৰ্ষাত বান নিয়ন্ত্ৰণ আৰু খৰালীত উৰ্বৰতা বৃদ্ধি কৰি ই গাঁওখনক জীৱিকা প্ৰদান কৰিছে। বৰ্তমান চৰকাৰৰ দ্বাৰা নিৰ্মাণাধীন পুলটোৱে অঞ্চলটোৰ উন্নয়ন আৰু যাতায়তত সহায় হ’ব বুলি আশা কৰা হৈছে।

  • Alt

    এই গল্পটোৱে চাহ বাগিচাৰ শ্ৰমিকসকলৰ দৈনন্দিন কষ্ট, সীমিত আৰু প্ৰায় অস্বাস্থ্যকৰ পানী যোগানৰ ওপৰত তেওঁলোকৰ নিৰ্ভৰশীলতা, আৰু তেওঁলোকৰ মৌলিক প্ৰয়োজনবোৰৰ দীঘলীয়া অৱহেলাক প্ৰদৰ্শন কৰে। যাত্ৰাটোৱে বৰ্ণনাকাৰীক এইবোৰ মৌলিক সমস্যাৰ সমাধান হোৱাত হোৱা মন্থৰ গতিটোৰ বিষয়ে...

  • Alt

    মাজুলীৰ ফুলনি গাঁও পঞ্চায়তৰ পোলোঙা বিলখন পূৰ্বতে সৰু সুঁতিৰ পৰা সৃষ্টি হোৱা বুলি বিশ্বাস কৰা হয়। নামটো পাৰৰ পোলোঙা (শিমলু) গছৰ পৰা আহিছে। ই অতীতত মাছ, জলজ উদ্ভিদ, পৰিভ্ৰমী চৰাইৰে সমৃদ্ধ আছিল আৰু স্থানীয় লোকজীৱনৰ সম্বল আছিল। ১৯৩০-৩১ চনত ইয়াত মানুহে বসতি স্থাপন কৰে। 

  • Alt

    খেৰকটীয়া নৈ মাজুলীৰ উত্তৰ-পূব কোণত অৱস্থিত এখন উল্লেখযোগ্য নদী৷ ই মাজুলী আৰু লক্ষীমপুৰক বিভক্ত কৰে আৰু অঞ্চলটোৰ জাতি-সংস্কৃতি, অৰ্থনীতি আৰু যাতায়ত ব্যৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ ১৯৭৭ চনৰ বানে বৃহৎ ক্ষতি সাধন কৰিছিল৷ বৰ্তমান নৈখন ক্ষয়প্ৰাপ্ত হৈও কৃষি, জলসিঞ্চন আৰু পৰ্যটন ক্ষেত্ৰত অপৰিসীম সম্ভাৱনা বহন কৰে৷

  • Alt

    কাকৰিকটা গাঁওখনৰ পৰম্পৰাগত ঐতিহ্য, উন্নত কৃষি ব্যৱস্থা আৰু সম্পদেৰে সমৃদ্ধ। তথাপিও পানীৰ দূষণ, বনাঞ্চল হ্ৰাস আৰু সমাজত থকা কু-সংস্কৃতি গাঁওখনৰ উন্নয়নত বাধা হৈছে। এই সমস্যাবোৰৰ প্ৰতি বৈজ্ঞানিক মনোভাৱ আৰু জনসচেতনতা বৃদ্ধি কৰিলেই গাঁওখনক এক সুস্থ, উন্নত আৰু সম্পদসমৃদ্ধ সমাজৰ ৰূপত গঢ়ি তোলা সম্ভৱ।

  •  
  • 1 of 10